বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভীমডঙাত আজি পুৱা হাতী পোৱালি উদ্ধাৰ। যোৱা ৰাতি অহা জাকৰ মাজৰ পৰা এৰা খাই ভিমদঙা চুছেল ফৰেষ্ট ৰৈ গৈছিল পোৱালতো । উদ্ধাৰ হোৱা হাতী পোৱালিতো প্ৰায়
গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বৰবাধা ভিচিডিচি কাৰ্যালয়ত খেলুৱৈ সকললৈ জাৰ্চি বিতৰণ। ২৮ নং গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, গোসাঁইগাওঁ জিলা ক্রীড়া সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্ম,গোসাঁইগাওঁ পৌৰসভাৰ পৌৰপতি প্ৰফুল্ল ইছলাৰী,ইউপিপিএল
সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি সমাৰোহ। নিযুক্তি সমাৰোহত একেলগে নিযুক্তি পত্ৰ লাভ কৰিব ২৩ সহস্ৰাধিকে। নিয়মীয়া নহয়, নিয়মীয়া পদতহে হ’ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি। বিশেষ নিযুক্তিৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন
বিষ্ফোৰন ঘটাই নিস্ক্ৰিয় কৰিলে সেনাবাহিনীয়ে ৷ ঢেকিয়াজুলিৰ বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ হোৱা শক্তিশালী বোমাক লৈ চাঞ্চল্য ৷স্থানীয় লোকে চেঁচা নদীত মাছ ধৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে বোমা৷ পিছত আৰক্ষী প্ৰশাসনক অৱগত
তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। ১৯ কেজিৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৩৯ টকাকৈ বৃদ্ধি। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।