যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে অনিমেষ ভূঞাঁক

যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে অনিমেষ ভূঞাঁক

যোৰহাটত শিহৰণকাৰী ঘটনা। দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে আছু নেতা অনিমেষ ভূঞাক। গণপ্ৰহাৰত মৃত্যু আছুৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে যোৰহাটৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এনে ঘটনাৰ বলি