Advertisement
৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এখনি জৰুৰী সভাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল’ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ’ল বীৰ লাচিত

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us