লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান৷ ৰাজ্যখন ড্রাগ্ছমুক্ত কৰিবলৈ আৰক্ষীয়ে বিগত কিছুদিন ধৰি অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্রান্তত থকা শতাধিক ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত বহু অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ একেদৰে ড্রাগ্ছ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ৰোনা মহামাৰীৰ এই বিভীষিকাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিগত বর্ষৰ দৰে এইবাৰো শক্তিপীঠ কামাখ্যা ধামত বাতিল কৰা হৈছে মহা অম্বুবাচী৷ কেৱল পৰম্পৰাগত ধর্মীয় নীতি–নিয়মেৰে মন্দিৰ পৰিসৰত ২২ জুনৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী৷ বৃহস্পতিবাৰে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় বুলি কামাখ্যা মন্দিৰৰ