নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ কালি গড়চুক আৰক্ষীয়ে মহানগৰীৰ কটহবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ পিছত দিছপুৰ আৰক্ষীয়ে মহাগৰীৰ ছয়মাইলৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ছয়মাইলৰ দ্বাৰান্ধাৰ পৰা গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহী দুজন সপ্তান বেগম (৬০) আৰু তেওঁৰ পুত্র আব্দুল
সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত প্রবীন বৈশ্য নামৰ এজন যুৱকক নির্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগত গীতানগৰ থানাৰ উপপৰিদর্শক ফুলেশ্বৰ কোঁৱৰক নিলম্বন কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই৷ আৰক্ষীৰ নির্যাতনৰ বলি হোৱা প্রবীন বৈশ্যই এই ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে যোৱা ২৮ মে’ৰ সন্ধিয়া ৭.৫৫ বজাত ৰোগীয়া মাতৃৰ বাবে ঔষধ ক্রয় কৰিবলৈ
সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰক যৎকিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বন্ধনে ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে৷ ক’ভিড-১৯ৰ জটিলতাৰ লগতে অক্সিজেনৰ নাটনিৰে মোকাবিলা কৰিবৰ বাবে প্ৰদান কৰা প্ৰতিটো ১০ লিটাৰ ক্ষমতাযুক্ত অক্সিজেন কনচেনট্ৰেটৰে একেসময়তে দুগৰাকীকৈ ৰোগীক অক্সিজেন যোগান ধৰিব পাৰিব৷ বন্ধন গুৱাহাটী লাৰ্ণিং চেন্টাৰৰ ইনচাৰ্জ ৰমেন গোপাল বৰা
Students felicitated at Mikir Bamuni and Murgi Ladai; best performers receive tools of trade Nagaon, 2 June: A certification program was organized today by Azure Power, a dedicated solar power company, for 152 of its students for passing skill enhancement courses in cutting & tailoring and embroidery design from
Guwahati, Jun 2 (PTI) The 18 wild elephants, found dead in Nagaon district of Assam last month, was killed due to accidental electrocution by lightning, the post-mortem examination confirmed. Various other test reports such as forensic, toxicology and meteorological also suggested the absence of any foul play and pointed towards