পঞ্চায়ত বিভাগৰ ২৬৫৪ টা পদত হ’ব নিযুক্তি

পঞ্চায়ত বিভাগৰ ২৬৫৪ টা পদত হ’ব নিযুক্তি

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়া হব বৃহৎ সংখ্যক যুৱক-যুৱতীক। বিভাগটোত ২৬৫৪ টা স্থায়ী আৰু অস্থায়ী পদ খালী হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১ লাখ যুৱক-যুৱতীলৈ চাকৰিৰ অংশ হিচাপে এই পদসমূহ পূৰণ কৰিব বিভাগটোৱে। এক সংবাদমেলত এই কথা সদৰী কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। উল্লেখ্য

ধুবুৰী সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ

ধুবুৰী সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসক গ্ৰেপ্তাৰ

খাকী পোচাকত কলংক। ৰক্ষকৰ ৰূপত ভক্ষক ধুবুৰী সীমান্ত শাখা উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাস। ড্ৰাগছ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দাসক। নৱনিযুক্ত ধুবুৰী আৰক্ষী অধীক্ষক অভিজিৎ দিলীপৰ নিৰ্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰা হয়  উপ-আৰক্ষী অধীক্ষক গৰাকীক। ধুবুৰী আৰক্ষী থানাৰ গোচৰ নম্বৰ ৮৮১/২১ ধাৰা ১২০খ/৪০৯/ভাৰতীয় দণ্ডবিধিৰ সংলগ্ন ধাৰা ৭ক/১২ৰ