Advertisement
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

চিৰাঙৰ বিজনীৰ বড়োবাজাৰস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেল বৃহস্পতিবাৰে উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত মুঠ ১.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গাৰ্লছ

কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

কলিয়াবৰৰ জখলাবন্ধাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আটছাৰ

কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ সমিতিয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে মুখ্যমন্ত্ৰীক কঠোৰ সকীয়নি প্ৰদান কৰে কলিয়াবৰ আটছাৰ কৰ্মকৰ্তা সকলে।

২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ ৰ বিধান নিৰ্বাচনত বিপিএফকে ৰাইজে ভোট দান কৰিব বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২০২৫ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ ৰ বিধান নিৰ্বাচনত বিপিএফকে ৰাইজে ভোট দান কৰিব বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২০২৪ লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰন কৰাৰ পিছত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে লোক সভা নিৰ্বাচনত ৰাইজে

বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই

অচিৰে দল ত্যাগৰ তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতি এৰি গোহাঁয়ে আদৰি ল’ব বিচাৰিছে আঞ্চলিক ৰাজনীতিক। গোহাঁয়ে তাৰেই ইংগিত দিলে

ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক

ভূমিস্খলনে ‘প্রেতপুৰী’ত পৰিণত কৰিলে সৰ্বদা প্ৰাণৱন্ত নগৰ-জংচনক

ভয়াৱহ ভূমিস্খলনে একপ্ৰকাৰ প্ৰেতপুৰীলৈ পর্যবসিত কৰিলে কেৰালাৰ ৱায়নাড় জিলাৰ বিস্তীর্ণ অঞ্চলক। ভূমিস্খলনৰ ফলত জিলাখনৰ বিভিন্ন স্থানত অসংখ্য ঘৰ-দুৱাৰ, অট্টালিকা তথা গাড়ী- মটৰ চুৰমাৰ হয়। ভূমিস্খলনত সর্বাধিক বিধ্বস্ত হোৱা মুণ্ডাক্কাই জংচন

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us