ক’ৰোনাক নেওচি ৰঙালী বিহুলৈ সাজু মহানগৰীৰ অর্ধশতাধিক বিহু সমিতি

ক’ৰোনাক নেওচি ৰঙালী বিহুলৈ সাজু মহানগৰীৰ অর্ধশতাধিক বিহু সমিতি

নঙলামুখ পালেহি অসমীয়াৰ বাপতিসাহোন স্নেহৰ ৰঙালী বিহু৷ কাইলৈৰ পৰা আৰম্ভ হ’ব অসমীয়াৰ আদৰৰ ৰঙালী বিহু৷ ৰঙালী বিহুক আদৰিবলৈ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রস্তুতি প্রায় সম্পন্ন কৰি তোলা হৈছে৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাকো নেওচি বিহু সমিতিসমূহে ৰঙালীক আদৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ঢ়োল–পেঁপাৰ মাতত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ চৌপাশে উখল–মাখল

ডিব্রুগড় বিশ্ববিদ্যালযঃ ছাত্রীক শাৰীৰিক নির্যাতন জ্যেষ্ঠ অধ্যাপকৰ

ডিব্রুগড় বিশ্ববিদ্যালযঃ ছাত্রীক শাৰীৰিক নির্যাতন জ্যেষ্ঠ অধ্যাপকৰ

আকৌ লজ্জানত হ’ল ডিব্রুগড় বিশ্ববিদ্যালয়৷ উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা বিশ্ববিদ্যালয়খনক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ অধ্যাপকগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ছাত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ ক’লা অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি ঘটনাই জোকাৰি গৈছে অসমৰ উচ্চ শিক্ষা জগতখন৷ ইতিমধ্যে ভুক্তভোগী ছাত্রী আৰু

কাইলৈ গৰু বিহুঃ হেঁপাহৰ উছৱৰ আনন্দত মতলীয়া চিৰি লুইতৰ দুয়োপাৰ

কাইলৈ গৰু বিহুঃ হেঁপাহৰ উছৱৰ আনন্দত মতলীয়া চিৰি লুইতৰ দুয়োপাৰ

অসমীয়াৰ প্রাণৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ অহা বুধবাৰে ৰাজ্যজুুৰি পালন কৰা হ’ব গৰুবিহু৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব ৰঙালী বিহুৰ পাৰভগা উছাহ৷ গৰুবিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে সাত বিহুৰ পৰম্পৰা পালন কৰিব৷ ইতিমধ্যে ৰঙালী বিহুৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মানুহ বিহুৰ পুৱা আপোনজনক উপহাৰ দিবলৈ শিপিনীয়ে বৈ