জন্মস্থান ভাৰেগাঁৱত সামৰিক মর্যাদাৰে শ্বহীদ দিলীপ দাসৰ শেষকৃত্য

জন্মস্থান ভাৰেগাঁৱত সামৰিক মর্যাদাৰে শ্বহীদ দিলীপ দাসৰ শেষকৃত্য

ছত্তিশগড়ৰ বিজাপুৰত নক্সালবাদীৰে হোৱা সংঘর্ষত অসমৰ দুই সন্তানৰ লগতে ২৪গৰাকী নিৰাপত্তা বাহিনীৰ জোৱানে প্রাণ আহুতি দিব লগা হোৱা ঘটনাত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ এই ঘটনাই অসমৰ দুধনৈৰ লগতে সৰুপেটাৰ ভাৰেগাঁও অঞ্চলৰ লোকসকলকো শোকাহত কৰি তুলিছে৷ নক্সালবাদীৰে হোৱা ভয়ানক সংঘর্ষত নিহত দিলীপ কুমাৰ দাসৰ (৪২) শৱ মঙলবাৰে দুপৰীয়া ১২ বজাত ভাৰেগাঁৱৰ

ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই, এইবাৰ বিহু হ’ব

ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই, এইবাৰ বিহু হ’ব

 দেশৰ ভিন্ন প্রান্তত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমতো ক’ভিডকেন্দ্রিক পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনাক লৈ শংকাত কটাইছে ৰাজ্যবাসী৷ বিগত বর্ষৰ দৰে এইবাৰো ক’ৰোনাই হেঁপাহৰ বিহু অনুষ্ঠিত কৰাত বাধা দিয়াৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ নির্বাচনৰ পাছতে পুনৰ ক’ৰোনা পৰিৱেশক লৈ ভীতিগ্রস্ত হৈ থকা ৰাজ্যবাসীক আজি আশ্বস্ত কৰিলে স্বাস্থ্যমন্ত্রী ড০

প্রণৱ গগৈৰ মুখেৰে গা শিয়ৰি উঠা আলফাৰ জিম্মাত থকা ২,৪৯৬ ঘণ্টা

প্রণৱ গগৈৰ মুখেৰে গা শিয়ৰি উঠা আলফাৰ জিম্মাত থকা ২,৪৯৬ ঘণ্টা

‘কাহ পৰি জীণ যোৱা জয়াল নিশা৷ অচিনাকি চৰাইৰ মাজনিশাৰ বিননিয়ে আপোন পৰিয়ালটোৰ মানুহবোৰৰ মুখবোৰ চকুৰ সন্মুখলৈ টানি আনে৷ জোনাকী পৰুৱাই বাট দেখুৱাই নিয়া মুহূর্তটোত মনলৈ আনি দিয়ে ওপজা ঠাইখনৰ কথা৷ ওলাই অহা কান্দোনক জোৰ কৰি বন্ধ কৰি ৰাখো৷ কাৰণ এতিয়া চিঞৰি চিঞৰি কান্দিলেও সান্ত্বনা দিওঁতা কোনো নাই৷ নিজক নিজে সান্ত্বনা দিওঁ৷