২৭ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী চলচ্চিত্র উৎসৱ

২৭ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী চলচ্চিত্র উৎসৱ

গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অহা ২৭ ফেব্রুৱাৰীৰ পৰা ৩ মার্চলৈ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র উৎসৱ অনুষ্ঠিত হ’ব৷ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’ব লগা ১৩সংখ্যক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র উৎসৱত দেশ–বিদেশৰ কেইবাখনো চলচ্চিত্র প্রদর্শন কৰা হ’ব৷ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত গুৱাহাটী চিনে ক্লাবৰ সভাপতি এ কে আবচাৰ হাজৰিকা, সম্পাদক মাধুৰীমা বৰুৱাই

বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা! ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত বাধ্যতামূলক কৰা হ’ল কোৰোণাৰ পৰীক্ষা

বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা! ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত বাধ্যতামূলক কৰা হ’ল কোৰোণাৰ পৰীক্ষা

দেশত আকৌ আৰম্ভ হৈছে কোৰোণাৰ সংক্ৰমণ। এইবাৰ পূৰ্বতকৈ কোৰোণাই কিছু লক্ষণো সলনি কৰিছে বুলি জনাইছে বিশেষজ্ঞসকলে। দেশৰ বিভিন্ন প্ৰান্তত আকৌ বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। অঞ্চল ভিত্তিক ল’ক ডাউনো ঘোষণা কৰা হৈছে। কোৰোণাৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত আকৌ আৰম্ভ হৈছে কোৰোণাৰ পৰীক্ষা।বাধ্যতামূলক

কৰ্তব্যৰত আৰক্ষীক কৰিছিল প্ৰহাৰ! অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি

কৰ্তব্যৰত আৰক্ষীক কৰিছিল প্ৰহাৰ! অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি

অৱশেষত আৰক্ষীৰ জালত পৰিল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি। শনিবাৰে কাকপথাৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া বিজেপিৰ নেত্ৰীগৰাকীক। ঘটনা অনুসৰি, যোৱা ৮ নবেম্বৰত কাকপথাৰ থানাত প্ৰৱেশ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ডিৰাক পাৱৈৰ বাসিন্দা দীপাঞ্জলী কাকতি মৰাণে কৰ্তব্যৰত আৰক্ষী উপ-পৰিদৰ্শক অপূৰ্ব দাসক শাৰীৰিকভাৱে অপদস্থ কৰি নিজকে মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ