বড়ো ভাষাক দেখি বাংলাকো সহযোগী ভাষা কৰাৰ দাবী কংগ্ৰেছী বিধায়কৰ, সদনত বিতৰ্ক

বড়ো ভাষাক দেখি বাংলাকো সহযোগী ভাষা কৰাৰ দাবী কংগ্ৰেছী বিধায়কৰ, সদনত বিতৰ্ক

আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত দ্য আছাম অফিচিয়েল লেংগুৱেজে (এমেণ্ডমেণ্ট) বিল, ২০২০ অনুযায়ী বি টি আৰ চুক্তি মতে বড়োভাষাক অসমৰ সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয়। কিন্তু বিধেয়কখন গৃহীতকৰণৰ ক্ষেত্ৰত সংশোধনীৰ প্ৰস্তাৱ আনে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই। বঙালী জাতীয়তাবাদৰ পৃষ্ঠপোষক দে’ই বাংলাভাষাকো এই সংশোধনীৰ জৰিয়তে সহযোগী ভাষা