অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব নেকি প্ৰদ্যুত্‍ বৰদলৈ? কি ক’লে নগাঁৱৰ সাংসদজনে?

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব নেকি প্ৰদ্যুত্‍ বৰদলৈ? কি ক’লে নগাঁৱৰ সাংসদজনে?

বহুধা বিভক্ত অসম কংগ্ৰেছৰ সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ । দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব প্ৰদান কৰিলে নিশ্চিত ভাৱে গ্ৰহণ কৰিব কংগ্ৰেছৰ নেতাজনে। কিন্তু তেওঁ দিল্লীত কাকো তেল নামাৰে বা বৰ্তমানৰ সভাপতিৰ বিৰোধিতা নকৰে । বৃহস্পতিবাৰে দিল্লীৰ যন্তৰ মন্তৰত হোৱা এক কৃষকৰ প্ৰতিবাদী সভাত

কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

নতুন কৃষি আইনক লৈ দিল্লীৰ সীমাত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । কৃষকৰ প্ৰতিবাদত ভাগ লৈছে পাঞ্জাৱ,হাৰিয়ানাৰ লগতে দেশৰ বহু কেইখন ৰাজ্যই । ইফালে কৃষি আইন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব । জানিব পৰা অনুসৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই বৃহস্পতিবাৰে ১০ বাজি ৪৫ মিনিটত