BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা হাগ্ৰামাৰ ঘৰৰ সন্মুখত পিকনিক খামঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা হাগ্ৰামাৰ ঘৰৰ সন্মুখত পিকনিক খামঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ক্ৰমাত্‍ দুৰত্ব বাঢ়িছে দুই মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ইজনে আনজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। বাক্সাৰ মথনগুৰীত বিজেপিৰ নিৰ্বাচনী সভাত অংশলৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘বিটিচিত পৰ্বতসম দুৰ্নীতি কৰা হাগ্ৰামা মহিলাৰীৰ বিপিএফক