বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে এইসময়চোৱাত ২১,১৩১গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বৰ্তমানলৈ ১,০২, ০৭, ৮৭১গৰাকী লোক কোৰোনাত আক্ৰান্ত

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন৷ বহুকেইখন উন্নয়ন পৰিষদৰ বিল সদনত উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ বিভিন্ন বিষয়ত শাসক পক্ষক শ’লঠেকত পেলাবলৈ সাজু বিৰোধী কংগ্ৰেছ-AIUDF।

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা দেশত আৰম্ভ হ’ব কোভিড–১৯ ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। অসমৰ দুখন জিলাতো আৰম্ভ হ’ব এই ড্ৰাই ৰান। নলবাৰী আৰু শোণিতপুৰ জিলাত চলিব কোভিড ভেকচিনৰ ড্ৰাই ৰান। সোমবাৰ

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us