কাইলৈ বন্ধ থাকিব বেংক! যাৱতীয় কাম কৰি লওক আজিয়েই

কাইলৈ বন্ধ থাকিব বেংক! যাৱতীয় কাম কৰি লওক আজিয়েই

বেংকৰ সৈতে জড়িত কোনো কাম আছে যদি কৰি লওক আজিয়েই। কিয়নো কাইলৈ অর্থাৎ ২৬ নৱেম্বৰত বন্ধ থাকিব বেংক। ইতিমধ্যে বেছিভাগ বেংকেই তেওঁলোকৰ গ্ৰাহকসকলক জনাইছে এই কথা। উল্লেখ্য যে কাইলৈ কোনো চৰকাৰী ছুটি নাই যদিও কেন্দ্রীয় ট্রেড ইউনিয়নৰ ধর্মঘট বাবেই বন্ধ থাকিব বেংকসমূহ। দেশজুৰি কাইলৈ সাধাৰণ ধর্মঘট পালন হ’ব। অল ইন্ডিয়া