ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, দুজনক গ্ৰেপ্তাৰ

সোমবাৰে ৰাতি দিল্লী আৰক্ষীয়ে দুইজনকৈ সন্দেহযুক্ত জৈইচ ই মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ ৰাজধানী দিল্লীক এক সাম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৷ উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন জম্মু কাশ্মীৰৰ বাসিন্দা ৷ তেওঁলোকৰ নাম হ’ল ২২ বছৰীয়া আব্দুল লটিফ আৰু ২০ বছৰীয়া মহম্মদ আছৰফ খাটনা ৷

এইবাৰ গুৱাহাটীত ভুৱা আৰ্মী:আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১১ জন ভুৱা আৰ্মীক

এইবাৰ গুৱাহাটীত ভুৱা আৰ্মী:আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১১ জন ভুৱা আৰ্মীক

এইবাৰ গুৱাহাটীত ভুৱা আৰ্মী৷সোমবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জন ভুৱা আৰ্মী৷বিমান বন্দৰৰ সমীপত সেনাৰ পোছাকেৰে ৰাজপথত টহল দি থকা অৱস্থাত আটাইকেইজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে৷ সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত আটকাধীন লোককেইজন বৰ্তমান কোনো সেনাৰ লগত জড়িত নহয় বুলি জানিব পৰা গৈছে৷বৰ্তমান আজাৰা থানাত আটাইকেইজনক জেৰা কৰা হৈছে৷