মিঞা মিউজিয়াম নহয়, কলাক্ষেত্ৰত ‘আলু-পিঁয়াজ’ৰ মিউজিয়াম দাবী কৰিলে আৰ পি শৰ্মাই

মিঞা মিউজিয়াম নহয়, কলাক্ষেত্ৰত ‘আলু-পিঁয়াজ’ৰ মিউজিয়াম দাবী কৰিলে আৰ পি শৰ্মাই

এইবাৰ “মিঞা মিউজিয়াম” নহয়, আন এক মিউজিয়ামৰহে দাবী কৰিলে আৰ পি শৰ্মাই৷ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ “মিঞা মিউজিয়াম”ৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থকা সময়তে আন এজন কংগ্ৰেছী আৰ পি শৰ্মাই দাবী কৰিলে আন এক মিউজিয়ামৰ। কংগ্ৰেছ নেতা আৰ পি শৰ্মাই দাবী কৰিলে “আলু-পিঁয়াজ”ৰ মিউজিয়াম নিৰ্মাণৰ৷ আৰ পি শৰ্মাৰ স্পষ্ট

অহা ৪ নৱেম্বৰত CAAৰ শুনানিৰ দিন ধার্য কৰিছে উচ্চতম ন্যায়ালয়ে

এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ তাৰিখ ৪ নৱেম্বৰ ধাৰ্য কৰা হৈছে। পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত ২ নৱেম্বৰ শুনানিৰ তাৰিখ বুলি উল্লেখ আছিল। কিন্তু আজি ‘৪ নৱেম্বৰ বুধবাৰে’ এই শুনানি অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰা হৈছে ৱেবচাইটত। CAAৰ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল