মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা বৰ্তমানেও অব্যাহত আছে। অসমৰ প্ৰশাসনে নগালেণ্ডৰ অবৈধ নিৰ্মান উচ্ছেদ কৰা এদিনৰ পাছতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ ঠাইতে নগা আৰক্ষীয়ে যুদ্ধং দেহি মনোভাৱেৰে পুনৰ অস্থায়ী শিৱিৰ স্থাপন কৰা পাছত সীমান্তত বৃদ্ধি পাইছিল উত্তেজনা। নগাই শূন্যলৈ গুলীবৰ্ষন কৰি অসমৰ মাটিত বিৰত্ব প্ৰদৰ্শনৰ পিচতো নিৰ্বিকাৰ অসমৰ প্ৰশাসন। আনহাতে
৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থ মেলা । ১০ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত । কোভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সু পৰিকল্পিত ভাবে এই গ্ৰন্থ মেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰকাশন পৰিষদে । ১৫ ডিচেম্বৰৰ পৰা
কেন্ত্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেল খনত তেওঁ ১.৫লাখ কোটী টকাৰ এটা উদগনিমূলক পেকেজ ঘোষনা কৰিছে। ‘আত্ম-নিৰ্ভৰ ভাৰত’ৰ অংশ হিচাপে এই পেকেজটো ঘোষনা কৰিছে কেন্দ্ৰীয় বৃত্তমন্ত্ৰী গৰাকীয়ে। যিসকল নতুন কৰ্মচাৰীয়ে ইপিএফঅ’ ত পঞ্জীভূক্ত আৰু যিসকল মাহিলী উপাৰ্জন ১৫ হাজাৰতকৈ কম, তেওঁলোকে এই পেকেজৰ সুবিধাসমূহ লাভ
Actor Asif Basra was found dead in Himachal Pradesh’s Mcleodganj, the police have said. A forensic team has arrived to find out how he died, the police said, adding they are investigating whether it was death by suicide. He was 53. Most recently known for his role in the thriller
জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই কৰিলে আত্মহত্যা। হিমাচল প্ৰদেশৰ ধৰ্মশালাত অভিনেতাজনে আত্মহত্যা কৰে। টিভি আৰু ছবিজগতৰ অতি জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই আজি দিনৰ প্ৰায় ১১.৩০ বজাত আত্মহননৰ পথ বাছি লয়। অৱশ্য়ে তেওঁৰ মৃত্যুৰ খবৰ প্ৰায় ১২.৩০ বজাতহে পোৱা যায়। হিমাচল প্ৰদেশৰ কাংগড়াৰ এছ এছ পি বিমুক্ত ৰঞ্জনে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীয়ে