বিজেপিক প্রতিহত কৰি দিছপুৰ দখলৰ পৰিকল্পনাৰে গঠন হোৱা অসম জাতীয় পৰিষদ (অজাপ)–এ শেহতীয়াকৈ কংগ্রেছৰ সৈতে এক গোপন বুজাবুজিত মিলিত হৈছে৷ বিজেপি–কংগ্রেছ–এআইই পৰা সম–দূৰত্ব বজাই ৰাখি নির্বাচনত অৱতীর্ণ হোৱাৰ হুংকাৰ দি থকা অজাপে শেহতীয়াকৈ কংগ্রেছৰ সৈতে চলোৱা এনে গোপন বুজাবুজিয়ে ৰাজ্যৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে৷ দল দুটাৰ মাজত হোৱা এনে গোপন
এক দলবদ্ধ ধর্ষণ কাণ্ডই ৰংজুলি অঞ্চলৰ লগতে সমগ্র গোৱালপাৰা জিলাখনতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰংজুলি অঞ্চলত কোনোকালে নঘটা ঘৃণনীয় কাণ্ডত লজ্জানত হৈ পৰিছে ৰংজুলিবাসী৷ তিনিজন পাষণ্ড যুৱকে পূজা চাবলৈ অহা তিনি কিশোৰীক আবদ্ধ কৰি দলবদ্ধভাৱে ধর্ষণ কৰা কার্যই কঁপাই গৈছে ৰংজুলি অঞ্চল৷ যোৱা ২২ অক্টোবৰৰ সন্ধিয়া সংঘটিত জঘন্য কাণ্ড পোহৰলৈ
ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত (জেইই) ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী বহুৱাই চৰম জালিয়াতি সংঘটিত কৰা চিকিৎসক জ্যোতির্ময় দাস আৰু পুত্র নীল নক্ষত্র দাসসহ পাঁচজন লোকক আজি মহানগৰীৰ আজাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ হোৱা বাকী লোক তিনিজন হ’ল– হেমেন্দ্র নাথ শর্মা, প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠক৷ ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থীয়ে জেইইৰ
পূৰ্বতকৈ এমাহৰ পিছত অনুষ্ঠিত হ’ব আগন্তক বৰ্ষৰ মেট্ৰিক পৰীক্ষা ক’ৰ’না ভাইৰাছৰ বাবে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত মাৰ্চ মাহত। পূৰ্বতকৈ প্ৰায় এমাহ পিছুৱাৰ কথা ঘোষণা কৰিছে ‘ছেবা’ কৰ্তৃপক্ষই।মাৰ্চ মাহতহে অনুষ্ঠিত হ’ব অহা বৰ্ষৰ মেট্ৰিক পৰীক্ষা। উল্লেখ যে ইতিমধ্যে ৩০ শতাংশ মূল ছিলেবাছ কৰ্তন কৰা হৈছে।ইফালে ক’ৰ’নাৰ বাবে বিগত ৮
GUWAHATI: Police in Assam are probing a case of a Joint Entrance Examination (JEE) Mains candidate allegedly using a proxy to appear in the test on his behalf during the examination held in September this year. According to a FIR lodged by Mitradev Sharma at the Azara police station in