একে গোত্ৰত বিবাহ নিষিদ্ধ কিয় ?

একে গোত্ৰত বিবাহ নিষিদ্ধ কিয় ?

আমাৰ মহান মহান ঋষি সকলে দিয়া এই নিষেধাজ্ঞাৰ কোনো বৈজ্ঞানিক ভিত্তি আছে নে নাই চাওঁ আহক । আমাৰ এই লেখ বিশুদ্ধভাৱে সেই জিনীয় জ্ঞানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, যাৰ সহায়ত জীৱবিজ্ঞানৰ মূল কথাবোৰৰ সৈতে পৰিচিত যিকোনো ব্যক্তিয়ে জানে যে মাইকী মানুহৰ xy ক্ৰম’জম আৰু পুৰুষৰ xy ক্ৰম’জম আছে। তেওঁৰ

ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন

ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন

“সমাজৰ পৰা মানৱ সৰবৰাহ নাৰী সৰবৰাহ বন্ধ হ’ব লাগিব, ডাইনী হত্যা বন্ধ হ’ব লাগিব, বাল্যবিবাহ বন্ধ হ’ব লাগিব লগতে নাৰীসকলে সমাজত সমতাৰে জীৱন নিৰ্বাহ কৰিব লাগিব।” এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ। সংগঠনটোৱে ওদালগুৰি জিলা এবছুৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি মহাবিদ্যালয় চৌহদত

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ অসম কন্যাৰ সাফল্য।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ অসম কন্যাৰ সাফল্য।

অসমীয়া যুৱক-যুৱতীয়ে এটাৰ পিছত এটাকৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত। কি শিক্ষা, কি স্বাস্থ্য, কি ক্ৰীড়া, কি ৰাজনীতি ক’তোৱে পিছ পৰি ৰোৱা নাই শংকৰদেৱ- মাধৱদেৱ, লাচিত- চিলাৰায়ৰ দেশৰ তৰুণ-তৰুনীয়ে। এইবাৰ গুৱাহাটীৰ ভঙাগড়ৰ কন্যা চিন্ময় ঠাকুৰীয়াই আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ বেংগলোৰস্থিত

ঘিলামৰাৰ বৰ্ষামুখ মহুৰা চাপৰিত পথ দুৰ্ঘটনা নিহত ২

ঘিলামৰাৰ বৰ্ষামুখ মহুৰা চাপৰিত পথ দুৰ্ঘটনা নিহত ২

ঢকুৱাখনা উপ-জিলাৰ ঘিলামৰা থানাৰ অন্তগত বৰ্ষামুখ পঞ্চায়তৰ মহুৰা চাপৰিত আজি বিয়লি হোৱা এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় ৷ জানিব পৰা মতে এ এছ ০৭ এক্স ৮৯৬০ নম্বৰ আৰু এএছ ০৬ ই ০৪৫৯ নম্বৰৰ বাইক দুখনৰ মুখামুখি সংঘৰ্ষত শোকাবহ দুৰ্ঘটনাতহ সংঘটিত হয় ৷ নিহত লোক দুজনৰ এজনক ১নং