ক’ভিড নিগেটিভ ৰিপৰ্ট লৈহে দৰ্শন কৰিব পাৰিব কামাখ্যা দেৱালয়

ক’ভিড নিগেটিভ ৰিপৰ্ট লৈহে দৰ্শন কৰিব পাৰিব কামাখ্যা দেৱালয়

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ দুৱাৰ। বৃহস্পতিবাৰৰ  পৰা প্ৰশাসনে দেৱালয়ৰ দুৱাৰ খোলাৰ নিৰ্দেশ দিছিল যদিও এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে দলৈ সমাজে। এতিয়াৰে পৰা কামাখ্যালৈ অহা দৰ্শনাৰ্থীয়ে লৈ আহিব লাগিব ৩ দিন পূৰ্বৰ ক’ভিড টেষ্টৰ নিগেটিভ ৰিপৰ্ট। এদিনত প্ৰায় ৫০০গৰাকী দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব