১৬ আগষ্টৰ পৰা ৰাজ্যত কি কি নতুন নিয়ম…

১৬ আগষ্টৰ পৰা ৰাজ্যত কি কি নতুন নিয়ম…

গুৱাহাটী: ১৬ আগষ্টৰ পৰা সলনি হ’ব কোভিড সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল। ইয়াৰ পূৰ্বে পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈকেহে শিথিল কৰা হৈছিল। ৰাস্তাৰ এটা ফালে অৱশ্যে দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব এই সময়চোৱাত। সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত।

Hypertension আৰু COVID-19….

Hypertension আৰু COVID-19….

কোভিড-১৯ য়ে বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। বেছিভাগ সংক্ৰমিত ব্যক্তিৰ সাধাৰণ বেমাৰ দেখা দিয়ে যদিও আৰু চিকিৎসালয়ত নোযোৱাকৈয়ে সুস্থ হয়। এই বেমাৰৰ মুখ্য লক্ষণ সমূহ হল: একেবাৰে সাধাৰণ লক্ষণসমূহ- জ্বৰ শুকান কাহ ভাগৰ লগা সামান্য লক্ষণসমূহ- গাৰ বিষ গলৰ শিৰশীৰণি চকুৰ সমস্যা মূৰৰ বিষ গোন্ধ আৰু সোৱাদ নোপোৱা