চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা

চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা

গুৱাহাটী :মহানগৰৰ চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা।বাৰ্থ ডে’ পাৰ্টীত গুলী চলাইছিল এজন অধিবক্তাই। দামোদৰ ডেকা নামৰ এজন লোকৰ ফ্লেটত সংঘটিত হৈছিল এই কাণ্ড। জানিব পৰা মতে,দামোদৰ ডেকাৰ জন্মদিনৰ পাৰ্টী আছিল।

Follow Us on Instagram

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us