সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত অসম সন্তানৰ সাফল্য

সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত অসম সন্তানৰ সাফল্য

আজি ঘোষণা কৰা UPSC পৰীক্ষাত জিলিকিল অসমৰ দুইগৰাকীকৈ সন্তান আজি ঘোষণা কৰা হ’ল সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। অসমৰ দুগৰাকীকৈ সন্তানে লাভ কৰিলে স্থান আৰণ্যক শইকীয়াই লাভ কৰে ৫৯সংখ্যক স্থান আৰণ্যক শইকীয়া প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ সুযোগ্য সন্তান ইয়াৰ পূৰ্বেও সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত স্থান লাভ কৰিছিল আৰণ্যকে বৰ্তমান

“অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট”–এইবাৰ বলীউদত নতুন ছবিৰ নাম

“অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট”–এইবাৰ বলীউদত নতুন ছবিৰ নাম

গুৱাহাটী: বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে।ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলীউদক জনসাধাৰণৰ মাজত যিধৰণে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বাৰ্মা।উল্লেখযোগ্য যে,বাৰ্মাই এটাৰ পাছত আন এটা টুইটৰ জৰিয়তে সাংবাদিক গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।ইতিমধ্যে ৰাম গোপাল বাৰ্মাই কয়