নগাঁও জিলাৰ জুৰিয়াত গাড়ী চোৰ আটক ৷

নগাঁও জিলাৰ জুৰিয়াত গাড়ী চোৰ আটক ৷

নগাঁও জিলাৰ জুৰিয়াৰ শিঙাৰীত শনিবাৰে আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত আটক চুৰি বাইকসহ দুই বাইক চোৰ ৷ ধৃত বাইক চোৰ দুটা ফাকলি পথাৰৰ আজমল হুচেইন আৰু আজিজুল হক ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে As 12 H 4521 নম্বৰৰ এখন পালছাৰ বাইক উদ্ধাৰ কৰে ৷ ধৃত চোৰ দুটাই দীৰ্ঘ দিন ধৰি বাইক