হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল-

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল-

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৪২ গৰাকী । ৰাজ্যৰ শীৰ্ষ দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকল – প্ৰথম স্থান- ধৃতিৰাজ বাস্তৱ কলিতা (৫৯৫), পদুম পুখুৰী হাইস্কুল, দৰং দ্বিতীয় স্থান- অলংকৃতা গৌতম বৰুৱা (৫৯৪), ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় তৃতীয় স্থান- দেবিস্মা প্ৰিয়া বৰা (৫৯১), জ্ঞানজ্যোতি