নগাঁৱত আৰু এজনৰ কোভিড-১৯ পজিটিভ

নগাঁৱত আৰু এজনৰ কোভিড-১৯ পজিটিভ

নগাঁৱত আৰু এজনৰ কোভিড-১৯ পজিটিভ । আক্ৰান্ত গৰাকী নিজ ধিং সূতাৰ গাঁৱৰ নাজিবুৰ হুছেইন। বটদ্ৰৱাৰ শংকৰদেৱ বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছে নাজিবুৰ। চেন্নাইৰ পৰা আহিছিল নাজিবুৰ ।