তামিলনাডুৰ পৰা অহা ১৬ জন যুৱক জামুগুৰিহাটত উপস্থিত৷

তামিলনাডুৰ পৰা অহা ১৬ জন যুৱক জামুগুৰিহাটত উপস্থিত৷

চন্দন শৰ্মা: জামুগুৰিহাট: > জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে যুৱকসকলক৷ > চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি তদাৰক কৰে সকলো ব্যৱস্থাৰ৷ >বহি:ৰাজ্যৰপৰা অহা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে চতিয়া সমষ্টিত ৫ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ স্থাপন৷ >সমষ্টিটোলৈ প্ৰায় ৬ হাজাৰ যুৱক ঘুৰি অহাৰ সম্ভাৱনা৷

ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন জোৱানে ?

ভয়ংকৰ হত্যাকাণ্ডই কঁপাই তুলিছে ৰাজ্যঃ কেনেদৰে পত্নী–পুত্র–মোমায়েক গুলীয়াই হত্যা কৰিছিল প্রাক্তন জোৱানে ?

এক লোমহর্ষক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে সমগ্র ৰাজ্য৷ ডিব্রুগড়ৰ শুকানপুখুৰী আৰু বগীপুলত (কুমাৰনিছিগাৰ সমীপত) সোমবাৰে পুৱা প্রায় ১১ বজাত শূন্য দূৰত্বৰ পৰা গুলীয়াই তিনিজন লোকক হত্যা কৰি এছএছবিৰ প্রাক্তন জোৱান এজনে উদ্যত পিষ্টল লৈ পলায়ন কৰা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷ চহৰখনৰ আমোলাপট্টি আৰক্ষী চকীৰ অধীনৰ শুকানপুখুৰীত সঞ্জয় দাস