হোজাইত ১৭ গৰাকী ৰেল যাত্ৰীক কোৱৰেন্টিন

হোজাইত ১৭ গৰাকী ৰেল যাত্ৰীক কোৱৰেন্টিন

আজি পুৱা ৰেলেৰে লামডিঙত উপস্থিত হোৱা ১৭ জন হোজাইলৈ অহা যাত্ৰীক হোজাইৰ প্ৰশাসনে লামডিঙৰ পৰা আনি হোজাইত কোৱৰেন্টিন কৰায়। স্বাগত হোটেল আৰু আনফৰ গেষ্ট হাউচত যাত্ৰী কেইজনক কোৱৰেন্টিনত ৰখা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে । Source: Dainik Janambhumi

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে। দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত। এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত। কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল। উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক। ইফালে এতিয়ালৈকে