মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্ক

মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্ক

নিউজ ডেস্ক, ২৩জানুৱাৰী :- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাক লৈ social media ত সৃষ্টি হৈছে নতুন বিতৰ্ক। ভাইৰেল হৈ পৰিছে মন্ত্ৰী শৰ্মাই ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা দুখন পৃথক শপতনামা। মন্ত্ৰী শৰ্মাই ২০১১ চনৰ শপত নামাত ১৯৯৪ চনত কটন কলেজৰ পৰা M.A. ( স্নাকোত্তৰ ) ডিগ্ৰী