নলবাৰী ১১ মে ঃ নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰঅনুষ্ঠান সামৰনি পৰে ৷ অসম বিজ্ঞান সমিতিৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি ৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক এখনি মনোৰম বিজ্ঞানৰ অনুস্থানৰ আয়োজন কৰা হয়। ৰাতিপুৱাৰ ভাগত অনুষ্ঠানৰ শুভৰাম্ভ কৰে শংকৰদেৱ একাডেমী সমন্নয়ক শৈলেন্দ্ৰ প্ৰসাদ
Hriday Hazarika has added another feather to his golden hat clinching two medals at the International Shooting Competition of Hannover (ISCH) in Germany. Hriday has struck a bronze at the 10 mtrs Air Rifle Junior men’s event and a gold at the 10 mtrs Air Rifle Junior (group) event. Earlier,
নলবাৰী,১১মেঃঅাজি নলবাৰী জিলাৰ বুঢ়ীনগৰ জনতা হাইস্কুল প্ৰাংগনত শিলগোঁসানী থান শাখা সাহিত্য সভাৰ উদ্যোগত কাশীমপুৰ বাপুজী এম. ই স্কুলৰ প্ৰাক্তন প্ৰধান ও কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱৰ এখনি অভিনন্দন গ্ৰণ্হ উন্মোচন কৰা হয় । উক্ত গ্ৰণ্হ খন উন্মোচন অসম চৰকাৰৰ বিও,স্বাস্হ্য অাৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মূনালেনী
নলবাৰীঃ নিজৰ ঠিকনা হেৰুৱাই দিকবিদিক হেৰুৱাই পেলোৱা এগৰাকী ৭০ উৰ্ধৰ বৃদ্ধক উদ্ধাৰ কৰি বহুদিন ধৰি আশ্ৰয় ও ভৰণ পোষনৰ দায়িত্ব বহন কৰিছিল নলবাৰীৰ এগৰাকী সাংবাদিকে ৷অবশেষত কালি নিশা নলবাৰীৰ শান্তি নিৱাসত পৰিয়ালৰ সতে মহামিলন ঘটিল বৃদ্ধ গৰাকীৰ৷উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ পৰা প্ৰায় ১৫ কি:মি: নিলগৰ ৭০ উৰ্ধৰ
নগাঁও জিলাৰ জুৰীয়া চামধৰাৰ বৰনামঘৰত , বৰনামঘৰ খেল সমিতিৰ সৌজন্যত সপ্তদহ বৰ্ষত সাতদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰা হয় ৷ এই ভাগৱত পাঠত ভক্তি ৰসত আপ্লুত হৈ সকলো ভক্ত প্ৰাণ ৰাইজে বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে ৷ ২৪ বহাগ ৮মেৰ পৰা আৰম্ভ হোৱা এই ভাগৱত পাঠ ৩০ বহাগ ১৪ মে লৈকে