মঙলদৈ টেঙাবাৰীত অঘটন । বেগা নদীৰ কোবাল সোঁতত উটি গল এজন ব্যক্তি । ভৰা বেগা পাৰ হবলৈ চেষ্টা কৰোঁতে এই অঘটন। ব্যক্তি জনৰ নাম ৰাজু দে (42) ঘটনাস্থলিত উদ্ধাৰকাৰী দল উপস্থিত। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃতদেহ। ইতিমধ্যে ব্যক্তি জন মৃত্যু হোৱাৰ আশংকা স্থানিয় লোকৰ । মকছেদ আলিৰ ৰিপট,মঙলদৈ
বিশেষ সংবাদদাতা,মঙলদৈ ,২ মে : দৰং জিলাৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী নোৱা নদীৰ পূৱ দিশৰ চি এম দও ডোং ৰ মঠাউৰীটো কানাইচুবা আৰু মোল্লাপাৰা গাৱৰ মাজৰ অংশত এবছৰ পূৰ্বেই বানপানীত চিগি গৈছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যথাসময়ত উক্ত মঠাউৰীটো মেৰামতি কিম্বা পুণৰ নিৰ্মাণ নকৰাৰ ফলস্বৰূপে ভগা অংশৰে নদীখনৰ বাঢ়নী পানী বাহিৰলৈ ওলাই
নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷ ১মে’ৰ দিনা এখন পথাৰত এগৰাকী 10বছৰীয়া শিশুৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন৷ শংকৰ মণ্ডল নামৰ লম্পটোৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত শংকৰ মণ্ডলে৷ ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত শংকৰক। Padum Bhuyan
Nepal officials have dismissed the Indian Army’s claim that one of its mountaineering expedition teams had discovered footprints of the mythical Yeti in the Makalu-Barun Conservation Area near the Nepal-Tibet border. In a tweet, accompanied by a photo of the expedition team and three photos of footprints in the snow,
National security has become a central plank of the BJP aim this election and the party’s leaders have often drawn comparisons between current Prime Minister Narendra Modi and his predecessors. Modi, they claim, has been tougher than most. That’s not true, his predecessor Manmohan Singh said in a rare interview