মঙলদৈ টেঙাবাৰীত অঘটন । বেগা নদীৰ কোবাল সোঁতত উটি গল এজন ব্যক্তি ।

ভৰা বেগা পাৰ হবলৈ চেষ্টা কৰোঁতে এই অঘটন।
ব্যক্তি জনৰ নাম ৰাজু দে (42)

ঘটনাস্থলিত উদ্ধাৰকাৰী দল উপস্থিত।
বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃতদেহ।
ইতিমধ্যে ব্যক্তি জন মৃত্যু হোৱাৰ আশংকা স্থানিয় লোকৰ ।

মকছেদ আলিৰ ৰিপট,মঙলদৈ

Elias Ali