ইংখং ৱেলফেৱাৰ চচাইটিৰ দ্বাৰা পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মক ২০১৮ বৰ্ষৰ বছৰটোৰ শ্ৰেষ্ট ব্যক্তিৰ সন্মান

ইংখং ৱেলফেৱাৰ চচাইটিৰ দ্বাৰা পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মক ২০১৮ বৰ্ষৰ বছৰটোৰ শ্ৰেষ্ট ব্যক্তিৰ সন্মান

গোসাইগাঁও ৬ এপ্ৰিলঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মক নংখং ৱেলফেয়াৰ চচাইটিয়ে ২০১৮ বৰ্ষৰ বছৰটোৰ শ্ৰষ্ঠ ব্যক্তিৰ (Man of the year) সন্মান প্ৰদান কৰে ৷ এই উপলক্ষে গোসাইগাঁও হাব্ৰুবিল স্থিত বি এড কলেজ প্ৰাঙ্গনত আয়োজিত সভাৰ জৰিয়তে ড° ব্ৰহ্মক আজি আনুষ্ঠানিক ভাবে এই সন্মান প্ৰদান কৰা হয়