চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ

চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।বৃহস্পতিবাৰে দুপৰীয়াও চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।পোন প্ৰথমে বকুলতলৰ নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লৈ প্ৰায় তিনিশতাধিকলোকৰ সন্মুখত প্ৰদান কৰে ভাষণ ।আনহাতে মণিমাধৱ মহন্তক এনিমিয়া বেমাৰী

ৰূপহীহাটৰ গেৰুৱাটি গাৱত নিৰ্বাচনী হিংসা ৷

ৰূপহীহাটৰ গেৰুৱাটি গাৱত নিৰ্বাচনী হিংসা ৷

NPP ৰ প্ৰাৰ্থীৰ গাড়ীত আক্ৰমন কংগ্ৰেছৰ গুন্ডাবাহিনীৰ ৷ NPP ৰ প্ৰাৰ্থী আব্দুল আজিজে নিৰ্বাচনী প্ৰচাৰ চলাই থকা আৱস্হাত কংগ্ৰেছী গুন্ডাবাহিনীয়ে তিনিখন গাড়ীত আক্ৰমন কৰি ক্ষতি সাধন কৰাৰ লগতে ছাদ্দাম হুছেইন, আবু তাহেৰ আৰু ছোৰহাব আলী গুৰুত্বভাৱে আহত হয়৷ ইতিমধ্যে ৰুপহী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইফালে আজিজে নিৰাপত্তা লাগে বুলিও