NaMo TV, a channel exclusively featuring Prime Minister Narendra Modi’s speeches and pro-BJP content in the middle of the national election campaign, is available on most DTH platforms without a license and in possible violation of the poll code. A tweet from DTH service provider Tata Sky, which called NaMo
গোসাইগাঁও ৪ এপ্ৰিলঃ পোন প্ৰথম বাৰৰ বাবে পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা চি পি আই(এম) দলে নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত আজি গোসাইগাৱঁ চাৰিয়ালিত এক প্ৰচাৰ অভিযান আৰম্ভ কৰে ৷ বিয়লি প্ৰায় চাৰি মান বজাত সদৰ-চহৰৰ চাৰি আলীত অৰ্ধশতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত কোকৰাঝাৰ জিলা সাধাৰন সম্পাদক সন্তোষ
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।বৃহস্পতিবাৰে দুপৰীয়াও চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।পোন প্ৰথমে বকুলতলৰ নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লৈ প্ৰায় তিনিশতাধিকলোকৰ সন্মুখত প্ৰদান কৰে ভাষণ ।আনহাতে মণিমাধৱ মহন্তক এনিমিয়া বেমাৰী
RAIPUR: Four Border Security Force or BSF soldiers were killed in an encounter with Maoists in Chhattisgarh today, the police said. The gunfight started when Maoists opened fire on the soldiers when they were out this morning for a search operation. Two other personnel were injured in the encounter, which
The release of ‘PM Narendra Modi’ — a biopic based on the Prime Minister — has been postponed amid a raging controversy over alleged election rule violations, with film producer Sandip Ssingh announcing on Twitter that it will not hit the theatres tomorrow. “This is to confirm that our film