2 NSCN (R) cadres nabbed in Arunachal

2 NSCN (R) cadres nabbed in Arunachal

Security forces have apprehended two hardcore Nationalist Socialist Council of Nagaland (Reformation) cadres in Changlang district of Arunachal Pradesh along with arms and ammunition. Based on a specific input regarding extortion/tax collection by underground elements in Changlang town, Assam Rifles personnel along with police launched a joint operation and nabbed

নগাঁৱত জব্দ বিলাতী সুৰা ।

নগাঁৱত জব্দ বিলাতী সুৰা ।

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুতৰ্ত নগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে ৩০ কাৰ্টনকৈ বিলাতী সুৰা । নগাঁও সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে শিয়ালমাৰীত অভিযান চলাই এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । এখন মেক্সিম’ বাহনৰ জৰিয়তে বিলাতী সুৰাখিনি কামপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত

নগাঁৱত দুদিনীয়া KARATE প্ৰশিক্ষণ শিবিৰ ।

নগাঁৱত দুদিনীয়া KARATE প্ৰশিক্ষণ শিবিৰ ।

নগাঁৱত অনুষ্ঠিত হৈ থকা দুদিনীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে । নগাঁও জিলা কাৰাটে এচ’ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শিবিৰটোত দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰি বিভিন্ন কৌশল আয়ত্ত কৰে । উল্লেখ্য যে নগাঁৱৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৰাজকুমাৰ বৰা আৰু পূজা