হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক আটক কৰিলে আৰক্ষীয়ে।

হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক আটক কৰিলে আৰক্ষীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত পৰিছে সমগ্ৰ ৰাজ্যতে ।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি ৰাজপথত প্ৰতিবাদ কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে। লগে লগে প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে বিধায়কগৰাকীক ।বৰ্তমান হাইলাকান্দি আৰক্ষী থানাত