আভোষণৰ উদ্যোগত অসমৰ লগতে  উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা  অলংকাৰীৰ  প্ৰদৰ্শনী

আভোষণৰ উদ্যোগত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অলংকাৰীৰ প্ৰদৰ্শনী

শুক্ৰবাৰৰ পৰা ভিভাণ্টা ৱাই তাজত ভাৰতৰ জনপ্ৰিয় জুৱেলাৰী বেণ্ড আভোষণে ( ABHUSHAN) অসমত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অলংকাৰ সমূহৰ প্ৰদৰ্শনীৰ বাবে এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে । ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ চেয়াৰমেন ৰাজীৱ সিং, অসমৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে গুৱাহাটীৰ ভালেকেইটা জুৱেলাৰীৰ স্বত্তাধীকাৰী সকল