আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা । পলায়নবাদী আখ্যা ৰকিবুল হুছেইনৰ ।

আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা । পলায়নবাদী আখ্যা ৰকিবুল হুছেইনৰ ।

বৃহস্পতিবাৰেও নগাঁও আদালতত হাজিৰ হ’বলৈ সাহস গোটাব নোৱাৰিলে অনিল ৰাজাই । পূৰ্বৰ দৰে জামিনদাৰ যোগাৰ কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লুকা-ভাকু খেলি আদালতৰ সময় নষ্ট কৰিলে অনিল ৰাজাই । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ । অনিল ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে তৰা CR – 444 /18

Rockybul speaks on Badaruddin Ajmal’s yesterdays behaviour

Rockybul speaks on Badaruddin Ajmal’s yesterdays behaviour

বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা ৰকিবুল হুছেইনৰ । সাংবাদিকক অভব্য আচৰণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ । বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত কৰা অভব্য আচৰণক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা প্ৰদান কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বৃহস্পতিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত বদৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন ।

ছয়মাইলৰ উৰণীয়া সেতুত ফাট।

ছয়মাইলৰ উৰণীয়া সেতুত ফাট।

শৰাইঘাটত দলংত নহয়, এইবাৰ মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেতুতে মেলিলে ফাট। উৰণীয়া সেতুখনৰ জি এছ ৰোড-পাঞ্জাবাৰী সংযোগী অংশত প্ৰত্যক্ষ হ’ল ফাট। ততাতৈয়াকৈ কাম আৰম্ভ কৰিছে গড়কাপ্তানী বিভাগে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।