নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত পৰিছে ডিব্ৰুগড় জিলাতো। ঐক্য সেনা অসমে আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছে ডিব্ৰুগড় চহৰ। প্ৰতিবাদকাৰীক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, লাঠি চাৰ্চ আৰু শূন্যলৈ
সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। তিনিচুকীয়াতো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ। নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ । #tinsukia#assam#guwahati