অসম জ্বলিছে। Visuals from Golaghat & Moran.

অসম জ্বলিছে। Visuals from Golaghat & Moran.

অসম জ্বলিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ক লৈ সমগ্ৰ অসম ত উত্তপ্ত পৰিস্থিতি হৈ থকাৰ সন্ধিক্ষণতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব। নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড় বিমানবন্দৰ ত উপস্থিত হব সিং। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ পুৱা অৰুণাচল প্ৰদেশ ভ্ৰমন কৰিব তেওঁ। বিয়লিভাগত ডিগবৈ ৰ এক অনুষ্ঠানতো অংশ লব গৃহমন্ত্ৰী

অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ সমৰ্থকে আজি মুক্ত মনে খেলিলে ক্ৰিকেট। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ