Congress Office burnt in Samaguri, Nagaon.

Congress Office burnt in Samaguri, Nagaon.

চামগুৰিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। নিশা চামগুৰিৰ কনুৱামাৰি পঞ্চায়তৰ পাচ টাকৈ কংগ্ৰেছী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।পোন্ধৰ বছৰীয়া কংগ্ৰেছী কাৰ্যকালতে আৰম্ভ হৈছিল এই কুসংস্কৃতি।কংগ্ৰেছৰ শাসন গল কিন্তু এতিয়া এই কু সংস্কৃতিৰ ফল ভোগ কৰিছে কংগ্ৰেছেই।ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত কনুৱামাৰি পঞ্চায়তত বিৰোধী এনে আক্ৰমণাত্মক কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছী সমৰ্থক সকলক।যিহেতু