NAGAON PRINCIPAL ARREST

NAGAON PRINCIPAL ARREST

মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে নগাঁৱত অধ্যক্ষসহ গ্ৰেপ্তাৰ তিনিজন । মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নগাঁৱত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল অধ্যক্ষসহ তিনিজনকৈ লোক । নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া নুৰুল আমিন হাজৰিকা আৰু বিপুল চন্দ্ৰ

গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময়

গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময়

গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে ——বগীবিল দলঙ অসম তথা ৰাষ্ট্ৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই উচৰ্গা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন পুৰণ কৰিলে। অসম-অৰুণাচল প্ৰদেশক এক কৰা বগীবিল দলঙে সামৰিক, অৰ্থনৈতিক সকলো দিশতে ইতিবাচক ভূমিকা ল’ব।কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ

‘চলচ্চিত্ৰম’ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

‘চলচ্চিত্ৰম’ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

‘চলচ্চিত্ৰম’ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। বিগত বৰ্ষৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ‘চলচ্চিত্ৰম’ৰ উদ‍্যোগত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব অহা ১ মাৰ্চ ২০১৯ ৰ পৰা। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে সংবাদমেল। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ