গহপুৰত ২৮ জাতীয় সংগঠনৰ জোৰ সমদল |

গহপুৰত ২৮ জাতীয় সংগঠনৰ জোৰ সমদল |

গহপুৰত আছুকে ধৰি ২৮ সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল বাহিৰ কৰে। গহপুৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই সমদলত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল |

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল |

  ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল সংবাদ মেল সম্বোধন প্ৰদেশ কংগ্ৰছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই। অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ মতে – ‘অগপ- বিজেপিয়ে গোপন বুজাবুজিৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে’ ‘আগন্তুক পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ বাবে সুৱৰ্ণ সুযোগ’ ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ।