Andhra Pradesh Chief Minister Chandrababu Naidu, the self-appointed facilitator for a united opposition, pressed on with the task today, meeting former Prime Minister HD Deve Gowda and his son HD Kumaraswamy, who is also the Chief Minister of Karnataka. The three leaders agreed that bringing together the opposition was the
ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১০অক্টোবৰ ত নগাঁৱৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আজি পুনৰ তেওঁলোকক হাজিৰ কৰোৱা হয় নগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । প্ৰথমে ১৮ ছেপ্তেম্বৰত নগাওঁ আদালতত অভিযুক্ত সকলক হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছত ১০অক্টোবৰত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ
জাতীয় নায়কে এতিয়া ৰূপ সলালে। জাতি মাটি ৰক্ষাৰ কথা কোৱা নায়কে বিপৰীত স্থিতি গ্ৰহণ কৰিছে। নিজৰ বঙহৰ ভাই ককাইক আৰক্ষীৰ ৰঙা ঘৰলৈ পঠাই বিদেশীৰ বুকুৰ আপোন হোৱাৰ অখৰা আৰম্ভ কৰিছে। কিন্ত ৰজাঘৰৰ প্ৰতি আজিও ক্ষুভ ৰাজ্যৰ বহু স্থানত। বৃহস্পতিবাৰে নগাঁও ৰত্ন কান্ত বৰকটকী স্কুলৰ খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰে।
পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷ ? অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন অকলে খেলাটো পৰিষদৰ সভাৰ সিদ্ধান্ত৷ ? অসম গণ পৰিষদে দলক শক্তিশালী কৰিবৰ ৱাবে আৰু নিজৰ ক্ৰুটি বোৰ বিচাৰি উলিয়াবৰ বাবেই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব লাগে৷ Adil Shah Nagaon.
Prime Minister Narendra Modi on Thursday met senior BJP leader L K Advani at his residence and wished him on his birthday. Mr Modi said, Mr Advani’s contribution towards India’s development is monumental. He said, Mr Advani’s Ministerial tenures are applauded for futuristic decision making and people-friendly policies. The Prime