BJP Election campaining starts in Gohpur.

BJP Election campaining starts in Gohpur.

গহপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ | ৰাজ্যৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । গহপুৰৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত আজি টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টকৌবাৰী চেন্টাৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰাৰ লগতে গহপুৰৰ প্ৰথমখন নিৰ্বাচনী সভা আয়োজন কৰে ।