বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ। পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ। পাচঁগ্ৰাম কাগজ কল পুনৰ আৰম্ভ কৰাৰ দাবীত আজি পুৱা 9 বজাৰপৰা চাৰিঘন্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কৰ্মচাৰীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। উচ্চতম ন্যায়ালয়ে সাংবিধানিকভাৱে বৈধ আখ্যা দিলে আধাৰ কাৰ্ডক। কোনো ম’বাইল কোম্পানীয়েও বিচাৰিব নোৱাৰিব আধাৰ কাৰ্ড লগতে কিন্তু বেংক একাউণ্টৰ সৈতে বাধ্যতামূলক নহ’ব আধাৰ কাৰ্ড লগতে মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনাই যে CBSE, UGC, NEET-এ দাবী কৰিব নোৱাৰিব আধাৰ কাৰ্ড।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ আজি বিধানসভাৰ সদনত শিক্ষা মন্ত্ৰীৰ অবিহনে আলোচনা শিক্ষা বিভাগৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়। সদনত নাই শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। বিধান সভা এৰি বিদেশলৈ উৰা মাৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰীমা দাসলৈ VillageRockstars ছৱিৰ প্ৰমোশ্যনৰ বাবে চৰকাৰৰ ৫০লাখ টকাৰ অনুদান অসমতৰ ছৱিগৃহত VillageRockstars হ’ব কৰমুক্ত। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ গুৱাহাটী বিশ্ববিদ্যালয়ত আবতৰীয়া দিপাৱলী। উখল মাখল বিশ্ববিদ্যালয় চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। আছুৰ দখলত স্নাতকোত্তৰ ছাত্ৰ একতা # সভাপতি পদত বিজয়ী লাকীমণি বৰুৱা # সাধাৰণ সম্পাদক পদত বিজয়ী নয়নজ্যোতি গগৈ # সহকাৰী সম্পাদক পদত জয়ী হেলেনা স্বৰ্গীয়াৰী # উপ-সভাপতি পদত জয়ী