বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ অভিনেতা যতীন বৰাৰ পৰিকল্পনা আৰু প্ৰযোজনাত নিৰ্মাণ হ’ব নতুন অসমীয়া ছবি ৰত্নাকৰ। ৰত্নাকৰৰ বাবে জ্যোতি চিত্ৰবনত চলিছে বিশেষ অডিচন। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
Guwahati Times গুৱাহাটী টাইমচ নিশা গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে নিজৰ বিভাগৰ কাম নিজেই তন্ন-তন্নকৈ পৰীক্ষা কৰিছে আৰু কামৰ অগ্ৰগতিৰ বুজ লৈছে।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ স্থগিত হ’ল ৰণবীৰ-দীপিকাৰ বিবাহ বলিউড তাৰকাৰ মাজত শেহতীয়াকৈ বিবাহৰ চৰ্চা চলি থকাৰ সময়তে ৰণবীৰ-দীপিকা অনুৰাগীৰ মাজলৈ আহিল এক দুখবৰ। স্থগিত হ’ল ৰণবীৰ-দীপিকাৰ বিবাহ। ২০১৮বৰ্ষৰ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ইটালীত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল ৰণবীৰ-দীপিকাৰ। আনকি বিবাহত মাত্ৰ ৩০ জন ব্যক্তি নিমন্ত্ৰণ কৰিব বুলিও
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ লামডিঙত নিশা ৰমৰমীয়া জুৱাৰ খেল ৷ মাজনিশা লামডিং আৰক্ষীৰ অভিযান। লামডিং ৰিলিফয়াৰ্ডৰ বি ঘুমটি অঞলৰ পৰা উৎখাত কৰে এই জুৱাৰ ঘাটি নগদ ১লাখ ৫০ হাজাৰ টকা ১০জন জুৱাৰীক আটক। বহু দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ৰমৰমীয়া জুৱা ৷ এই জুৱা চলোৱা
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেশৰ সৰ্বশ্ৰেষ্ঠ দু:সাহসিকতাৰ বঁটা ‘চেৰপা টেনজিং নৰ্গে’ বঁটা ঘোষণা অৰুণাচলৰ পৰ্বতাৰোহী আনচু জামচেনপালৈ সৰ্বশ্ৰেষ্ঠ দু:সাহসিকতাৰ বঁটা ২৫ ছেপ্টেম্বৰত ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰিব জামচেনপাক। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ