কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ ।

কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ ।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক একাডেমি বটা প্ৰাপ্ত সত্ৰাধিকাৰ কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ । উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱা বাবে সত্ৰাধিকাৰ গৰাকীক দিশপুৰ GNRCত ভৰ্তি কৰোৱা হৈছে । গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।